Category: Assam

One of My All Time Favourite Poems “সাগৰ দেখিছা ?”

সাগৰ দেখিছা ? – দেৱকান্ত বৰুৱা সাগৰ দেখিছা? দেখা নাই কেতিয়াও? ময়ো দেখা নাই, শুনিছোঁ তথাপি, নীলিম সলিলৰাশি বাধাহীন উৰ্ম্মিমালা আছে দূৰ দিগন্ত বিয়াপি | মোৰ ই অন্তৰ খনি সাগৰৰ দৰে নীলা, বেদনাৰে – দেখা নাই তুমি ? উঠিছে মৰিছে য’ত বাসনাৰ লক্ষ ঢউ তোমাৰেই স্মৃতি – সীমা চুমি | শুনা নাই? মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ উতলা সঙ্গীত...